Jump to content

MediaWiki/as

From mediawiki.org

মিডিয়াৱিকি এখন সহযোগিতামূলক আৰু ডকুমেণ্টেচন প্লেটফর্ম যিটো আপোনালৈ এক স্পন্দনশীল সমুদায়ে আনিছে।

মিডিয়াৱিকি চফ্টৱেৰ সহস্ৰাধিক ৱেবচাইট আৰু সহস্ৰাধিক কোম্পানী আৰু সংগঠনে ব্যাবহাৰ কৰে। ই ৱিকিপিডিয়া আৰু এই ৱেবছাইটো পৰিচালনা কৰে। মিডিয়াৱিকিৱে আপোনাক জ্ঞান সংগঠিত কৰি বেলেগৰ লগত বিতৰণ কৰাত সহায় কৰে। ই শক্তিশালী, বহুভাষী, মুক্ত আৰু উন্মুক্ত, পৰিবৰ্দ্ধনশীল, কাষ্ট’মাইজেবল, বিশ্বাযোগ্য, আৰু বিনামূলীয়াকৈ উপলভ্য। মিডিয়াৱিকি আপোনাৰ বাবে সঠিক হয়ে নে নহয় জানক

মিডিয়াৱিকি চেট-আপ কৰি চলাওক

কোড বিকশিত আৰু সম্প্ৰসাৰণ কৰক

সাহায্য পাওক আৰু যোগদান কৰক

সংবাদ